Expected General Knowledge Questions & Answer , Part- 1

Expected General Knowledge Questions & Answer Assamese language part- 1. Read the General Knowledge Questions for a better preparation for Competitive Exams.



প্ৰশ্ন : মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ?

A. গোপীনাথ বৰদলৈ

B. লাল বাহাদুৰ শাস্ত্ৰী

C. ° ভীমৰাও আম্বেদকাৰ

উত্তৰ : B. লাল বাহাদুৰ শাস্ত্ৰী


প্ৰশ্ন : ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজন হল ?

A. ইলুতমিছ

B. ইব্রাহীম লোডী

C. ঔৰংগজেৱ

উত্তৰ : B. ইব্রাহীম লোডী

প্ৰশ্ন :-  ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?

A. আকবৰ

B. হুমায়ুন

C. ছাহজাহান

উত্তৰ : C. ছাহজাহান

প্ৰশ্ন :- কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?

A. নিষ্ক

B. নাৰায়নী

C. কোচোক

উত্তৰ : B. নাৰায়নী

প্ৰশ্ন :- "নামদফা ৰাষ্ট্ৰীয় উদ্যান' অৱস্থিত?

A. মণিপুৰ

B. অৰুণাচল প্ৰদেশ

C. গুজৰাট

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. অৰুণাচল প্ৰদেশ

প্ৰশ্ন :- NEFT  সম্পূৰ্ণ ৰূপ '-

A. National Electronic Fund Transfer.

B. Nil Entry Fund Transfer.

C. Non Encumbered Fund Transfer.

D. Non-Est Fund Transfer.

উত্তৰ : A. National Electronic Fund Transfer.

প্ৰশ্ন :- "RTGS"  সম্পূৰ্ণ ৰূপ '-

A. Real Time Gross Settlement.

B. Rupee Transaction Generating System.

C. Regular Transaction Generating System.

D. Retracted Transfer Gross Settlement

উত্তৰ : A. Real Time Gross Settlement

প্ৰশ্ন :- "অসম সৰ্বশিক্ষা অভিযান মিচনপ্ৰতিষ্ঠা হৈছিল-

A. 2002 চনত

B. 2000 চনত

C. 1999 চনত

D. 2001 চনত

উত্তৰ : D. 2001 চনত

প্ৰশ্ন :- কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

A. নীলাম্বৰ

B. বিশ্ব সিংহ

C. নৰনাৰায়ণ

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. বিশ্ব সিংহ

প্ৰশ্ন :- কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল

A. ঘটকাসুৰ

B. ৰত্নাসুৰ

C. হটকাসুৰ

D. সম্বৰাসুৰ

উত্তৰ : A. ঘটকাসুৰ

প্ৰশ্ন :- কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়সৰ নিম্ন সীমা 21  পৰা 18 কৰা হয়-

A. 59 নং সংশোধনী

B. 61 নং সংশোধনী

C. 60 নং সংশোধনী

D. 92 নং সংশোধনী

উত্তৰ : B. 61 নং সংশোধনী

প্ৰশ্ন :- ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?

A. ইউৰেনাচ

B. পৃথিৱী

C. মঙ্গল

D. ওপৰৰ এটাও নহয়

উত্তৰ : C. মঙ্গল

প্ৰশ্ন :- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়----

A. 2005

B. 1985

C. 1990

D. 2000

উত্তৰ : B. 1985

প্ৰশ্ন :- আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

A. শৰাইঘাটৰ ৰণ

B. ইটাখুলিৰ ৰণ

C. লতাকতা ৰণ

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. ইটাখুলিৰ ৰণ

প্ৰশ্ন :- অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-

A. লীলাধৰ বৰুৱা

B. নবীন চন্দ্ৰ বৰদলৈ

C. তৰুণৰাম ফুকন

D. ওপৰৰ আটাইকেইজন

উত্তৰ : A. লীলাধৰ বৰুৱা

প্ৰশ্ন : "বকুল বনৰ কবি'-...

A. নবীন চন্দ্ৰ বৰদলৈ

B. অমিয় কুমাৰ দাস

C. প্ৰসন্নলাল চৌধুৰী

D. আনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ : D. আনন্দ চন্দ্ৰ বৰুৱা

প্ৰশ্ন :- অসমৰ চাহ নিলাম কেন্দ্ৰ ' অৱস্থিত-……

A. যোৰহাট

B. গুৱাহাটী

C. ডিব্ৰুগড়

D. তিনিচুকীয়া

উত্তৰ : B. গুৱাহাটী

প্ৰশ্ন :- উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন '-

A. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

B. নামদফা ৰাষ্ট্ৰীয় উদ্যান

C. লামজাও ৰাষ্ট্ৰীয় উদ্যান

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. নামদফা ৰাষ্ট্ৰীয় উদ্যান

প্ৰশ্ন :- ভ্ৰাম্যমাণ থিয়েটাৰ  জনক কোন?

A. অচ্যুত লহকৰ

B. নিপ বৰুৱা

C. ফণী শৰ্মা

D. ওপৰৰ এটাও নহয়

উত্তৰ : A. অচ্যুত লহকৰ

প্ৰশ্ন :- প্ৰথম অসমীয়া ছপা উপন্যাস-

A. ধৰ্মপুস্তক

B. লাহৰী

C. মিৰিজীয়ৰী

D. মৃত্যুঞ্জয়

উত্তৰ : B. লাহৰী

প্ৰশ্ন :- "Evening star" বুলি কোনটো গ্ৰহক কোৱা হয়-

A. মংগল

B. শুক্ৰ

C. বুধ

D. ওপৰৰ আটাইকেইটা

উত্তৰ : B. শুক্ৰ

প্ৰশ্ন :-প্রথম 'ভাৰতৰত্নবিজয়ী মহিলা গৰাকী কোন আছিল ?

A. ইন্দিৰা গান্ধী

B. কল্পনা চাওলা

C. সৰোজিনী নাইডু

উত্তৰ : A. ইন্দিৰা গান্ধী

প্ৰশ্ন :-মুলাগাভৰু কাৰ পত্নী আছিল ?

A. আইখেন বৰগোহাঁই

B. মোমাই তামুলী বৰবৰুৱা

C. ফ্ৰাচেংমুং বৰগোহাঁ

D. ওপৰৰ এটাও নহয়

উত্তৰ :C. ফ্ৰাচেংমুং বৰগোহাঁ

প্ৰশ্ন :-"মোৰ সোঁৱৰণীতলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?

A. লক্ষ্মীনাথ বেজবৰুৱা

B. পদ্মনাথ গোহাঞিবৰুৱা

B. লক্ষ্মীনাথ ফুকন

উত্তৰ : B. পদ্মনাথ গোহাঞিবৰুৱা

প্ৰশ্ন :-"Indica" গ্ৰন্হৰ লেখক কোন?

A. মেগাস্হেনিচ্

B. কৌটিল্য

C. বিষাখা দত্ত

D. ওপৰৰ এটাও নহয়

উত্তৰ : A. মেগাস্হেনিচ্

প্ৰশ্ন :-'ৰাষ্ট্ৰীয় চলচিত্ৰবঁটা পোৱা প্ৰথম চলচিত্ৰখন আছিল?

A. মাদাৰ ইণ্ডিয়া

B. শ্যামচী আই

C. ৰাজা হৰিচন্দ্ৰ

উত্তৰ : B. শ্যামচী আই

প্ৰশ্ন :- গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?

A. 1947

B. 1955

C. 1948

D. 1946

উত্তৰ : C. 1948

প্ৰশ্ন :- UNESCO  মুখ্য কাৰ্যালয় ?

A. পেৰিছ

B. নিউয়ৰ্ক

C. জেনেভা

D. ওপৰৰ এটাও নহয়

উত্তৰ :A. পেৰিছ

প্ৰশ্ন :- পঞ্জাৱ কেশৰী কোন?

A. লালা লাজপত ৰায়

B. গোপাল কৃষ্ণ গোখলে

C. বাল গংগাধৰ তিলক

D. ওপৰৰ এটাও নহয়

উত্তৰ : A. লালা লাজপত ৰায়

প্ৰশ্ন :- "United Nations Day " কেতিয়া পালন কৰা হয়?

A. 22 July

B. 24 Nov

C. 24 Oct

D. 4 Dec

উত্তৰ : C. 24 Oct

প্ৰশ্ন :- বিশ্বকাপ ক্ৰিকেটৰ প্রথম খেলখন কোন দুখন দেশৰ মাজত হৈছিল ?

A. পাকিস্তান - ভাৰত

B. ৱেষ্টইণ্ডিজ - অষ্ট্ৰেলিয়া

C. ভাৰত – ইংলেণ্ড

In 1975, win westindies

প্ৰশ্ন :- ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়  অৱস্থিত?

A. জন্মু আৰু কাশ্মীৰ

B. কৰ্ণাটক

C. নতুন দিল্লীৰ

D. বাঙ্গালোৰত

উত্তৰ : D. বাঙ্গালোৰত

প্ৰশ্ন :- ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

A. জৱাহৰলাল নেহৰু

B. চিৰাজাগোপালচাৰী।

C. ৰাজেন্দ্ৰ প্ৰসাদ

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. চিৰাজাগোপালচাৰী।

প্ৰশ্ন :- ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?

A. কেৰেলা

B. উত্তৰাখণ্ড

C. ঝাৰখণ্ড

D. ওপৰৰ এটাও নহয়

উত্তৰ :B. উত্তৰাখণ্ড

প্ৰশ্ন :- ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

A. যমুনা

B. গংগা

C. গোদাবৰী

D. দামোদৰ নদী।

উত্তৰ :D. দামোদৰ নদী।

প্ৰশ্ন :- কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে ?

A. বুধ

B. শুক্ৰ।

C. মংগল

D. ওপৰৰ এটাও নহয়

উত্তৰ :B. শুক্ৰ।

প্ৰশ্ন :- কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত ?

A. কেৰেলা

B. মহাৰাষ্ট্ৰৰ

C. গুজৰাট

D. ওপৰৰ এটাও নহয়

উত্তৰ :A. কেৰেলা

প্ৰশ্ন :- অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?

A. আনন্দ চন্দ্ৰ আগৰৱালা

B. ৰঘুনাথ চৌধাৰী

C. তৰুণৰাম ফুকন

D. ওপৰৰ এটাও নহয়

উত্তৰ :A. আনন্দ চন্দ্ৰ আগৰৱালা

প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য লেখক কোন ?

A. ভট্টদেৱ

B. লক্ষ্মীনাথ বেজবৰুৱা

C. শ্ৰীমন্ত শংকৰদেৱ

D. ওপৰৰ এটাও নহয়

উত্তৰ :A. ভট্টদেৱ

প্ৰশ্ন :- জালিয়ানৱালাবাগৰ হত্যাকাণ্ড  হৈছিল?

A. অমৃতসৰ

B. দিল্লী

C. শ্ৰীলংকা

D. ওপৰৰ এটাও নহয়

উত্তৰ :A. অমৃতসৰ

প্ৰশ্ন :- প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি

A. ফিৰিঙতি

B. উত্তৰ কাল

C. ভাইটী

D. ওপৰৰ এটাও নহয়

উত্তৰ : C. ভাইটী

প্ৰশ্ন :- অশোকৰ জীয়েক কোন হয়?

A. বিদিশা

B. ৰেজীয়া চুলতানা

C. সংঘামিত্ৰা

D. ওপৰৰ এটাও নহয়

উত্তৰ : C. সংঘামিত্ৰা

প্ৰশ্ন :- সীমান্ত গান্ধী কোন?

A. মহাত্মা গান্ধী

B. খান অব্দুল গফৰ খান

C. দুয়োজন

D. ওপৰৰ এজনো নহয়

উত্তৰ B. খান অব্দুল গফৰ খান

প্ৰশ্ন :- ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ?

A. হৰ্ষবৰ্দ্ধন

B. সমুদ্ৰ গুপ্ত

C. দুয়োজন

D. এজনো নহয়

উত্তৰ : B. সমুদ্ৰ গুপ্ত

 

Disclaimer : 

The Information contained in this page is a self-study of the author of AssamJob.Org and is provided only for general information purpose. I the author of AssamJob.Org tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/ answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us below/email us and it will be modified to the correct one as soon as possible.

Post a Comment

7 Comments

  1. it is great we appreciate that but if you add english laguage also in this questions then it will better, because in exam the paper will come in english so please try to add both laguage ,thank you

    ReplyDelete
  2. Pls English language also type questions...

    ReplyDelete
  3. It is a great questions answered

    ReplyDelete
  4. Thanks......( Great work)👍

    ReplyDelete
  5. How to save or print this page..

    ReplyDelete