General Knowledge Questions & Answer , Part- 2

 Expected General Knowledge Questions & Answer Assamese language part- 2.


প্ৰশ্ন :-   সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?
A. 
সুবিচাৰ
B. 
অহিংস আন্দোলন
C. 
সত্য আৰু অহিংসা
উত্তৰ : C. সত্য আৰু অহিংসা

 

প্ৰশ্ন :-   দিল্লী চলো’ শ্লোগানটো কাৰ?
A. 
বাল গংগাধৰ তিলক
B. 
সুভাষ চন্দ্ৰ বসু
C. 
লালবাহাদুৰ শাস্ত্ৰী
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. সুভাষ চন্দ্ৰ বসু

প্ৰশ্ন :-   তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?
A. 
ছালফাৰ ডাই অক্সাইড
B. 
ক্ল'ৰফ্লু' কাৰ্বন
C. 
কাৰ্বন মনক্সাইড
উত্তৰ : A. ছালফাৰ ডাই অক্সাইড


প্ৰশ্ন :-   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
A. 
গোবিন্দ ৰানাডে
B. 
দয়ানন্দ সৰস্বতী
C. 
ৰাজা ৰামমোহন ৰয়
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. ৰাজা ৰামমোহন ৰয়


প্ৰশ্ন :-   ভাৰতৰ প্ৰথম ভাইচৰয়………..
A. 
লৰ্ড ৱেলিংটন
B. 
বেণ্টিংক
C. 
লৰ্ড কেনিং
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. লৰ্ড কেনিং

প্ৰশ্ন :-   "আগষ্ট বিপ্লৱকাক বুলি কোৱা হয়?
A. 
অসহযোগ আন্দোলন
B. 
ভাৰত ত্যাগ আন্দোলন
C. 
আইন অমান্য আন্দোলন
উত্তৰ : B. ভাৰত ত্যাগ আন্দোলন


প্ৰশ্ন :-   গেটৱে অৱ ইণ্ডিয়া-
A. 
জন্মু আৰু কাশ্মীৰ
B. 
চেন্নাই
C. 
দিল্লী
D. 
মুম্বাই

উত্তৰ : D. মুম্বাই


প্ৰশ্ন :-   ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
A. 
চন্দ্ৰযান-1
B. 
আৰ্যভট্ট
C. 
চন্দ্ৰযান-2
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. আৰ্যভট্ট

প্ৰশ্ন :-   পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
A. 
গোপীনাথ বৰদলৈ
B. 
ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
C. 
তৰুণৰাম ফুকন
উত্তৰ : B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা


প্ৰশ্ন :-   পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-
A. 
পাটনা
B. 
পুনে
C. 
পুডুচেৰী
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. পাটনা


প্ৰশ্ন :-   "ক্ৰিকেট মাই ষ্টাইলনামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
A. 
সৌৰভ গাংগুলী
B. 
বিৰাট কহলী
C. 
কপিল দেৱ
D. 
ৰিকি পণ্টিং

উত্তৰ : C. কপিল দেৱ


প্ৰশ্ন :-   আইন – –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
A. 
আকব
B. 
আবুল ফজল
C. 
জাহাংগীৰ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. আবুল ফজল


প্ৰশ্ন :-   পাণিপথৰ প্ৰথম যুদ্ধ……………………..
A. 1526 
চনত
B. 1528 
চনত
C. 1524 
চনত
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. 1526 চনত

প্ৰশ্ন :-   ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?
A. 21
B. 25
C. 23
D. 20

উত্তৰ : B. 25


প্ৰশ্ন :-  ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
A. 9.15 km
B. 9.14 km
C. 7.5 km
D. 10 km

উত্তৰ : A. 9.15 km


প্ৰশ্ন :-   ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?
A. 
হৰ্ষবৰ্দ্ধন
B. 
সমুদ্ৰ গুপ্ত
C. 
শ্ৰীগুপ্ত
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. হৰ্ষবৰ্দ্ধন



প্ৰশ্ন :-  "India lives in its villages" কোনে কৈছিল?
A. 
ড্ৰনাল
B. 
বাৰাক অবামা
C. 
মহাত্মা গান্ধী
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. মহাত্মা গান্ধী

প্ৰশ্ন :-  "বাথৌ পূজাকোন জনগোষ্ঠীৰ?
A. 
কাৰ্বি
B. 
টিৱা
C. 
ৰাভা
D. 
বড়ো

উত্তৰ : D. বড়ো

প্ৰশ্ন :-  বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-
A. 
কাশীনাথ তামুলী ফুকন
B. 
নাথান ব্ৰাউন
C. 
আত্মাৰাম শৰ্মাই
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. আত্মাৰাম শৰ্মাই

প্ৰশ্ন :-   বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-
A. 
পদ্মা
B. 
মেঘনা
C. 
যমুনা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. যমুনা



প্ৰশ্ন :-  সতী সাধনী কোন ৰাজ্য/বংশৰ আছিল?
A. 
চুতীয়া ৰাজ্যৰ
B. 
কোচ ৰাজ্যৰ
C. 
আহোম ৰাজ্যৰ
D. 
পাল বংশ

উত্তৰ : A. চুতীয়া ৰাজ্যৰ

 

প্ৰশ্ন :-প্রথম 'ভাৰতৰত্নবিজয়ী মহিলা গৰাকী কোন আছিল?
A. 
ইন্দিৰা গান্ধী
B. 
কল্পনা চাওলা
C. 
সৰোজিনী নাইডু

উত্তৰ : A. ইন্দিৰা গান্ধী

 

প্ৰশ্ন :-মুলাগাভৰু কাৰ পত্নী আছিল?
A. 
আইখেন বৰগোহাঁই
B. 
মোমাই তামুলী বৰবৰুৱা
C. 
ফ্ৰাচেংমুং বৰগোহাঁ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. ফ্ৰাচেংমুং বৰগোহাঁ

প্ৰশ্ন :-"মোৰ সোঁৱৰণীতলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?
A. 
লক্ষ্মীনাথ বেজবৰুৱা
B. 
পদ্মনাথ গোহাঞিবৰুৱা
B. 
লক্ষ্মীনাথ ফুকন
উত্তৰ : B. পদ্মনাথ গোহাঞিবৰুৱা

 

প্ৰশ্ন :-"Indica" গ্ৰন্হৰ লেখক কোন?
A. 
মেগাস্হেনিচ্
B. 
কৌটিল্য
C. 
বিষাখা দত্ত
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. মেগাস্হেনিচ্

প্ৰশ্ন :-'ৰাষ্ট্ৰীয় চলচিত্ৰবঁটা পোৱা প্ৰথম চলচিত্ৰখন আছিল?
A. 
মাদাৰ ইণ্ডিয়া
B. 
শ্যামচী আই
C. 
ৰাজা হৰিচন্দ্ৰ
উত্তৰ : B. শ্যামচী আই

প্ৰশ্ন :- গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?
A. 1947
B. 1955
C. 1948
D. 1946

উত্তৰ : C. 1948


প্ৰশ্ন :- UNESCO  মুখ্য কাৰ্যালয় ?
A. 
পেৰিছ
B. 
নিউয়ৰ্ক
C. 
জেনেভা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. পেৰিছ

প্ৰশ্ন :- পঞ্জাৱ কেশৰী কোন?
A. 
লালা লাজপত ৰায়
B. 
গোপাল কৃষ্ণ গোখলে
C. 
বাল গংগাধৰ তিলক
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. লালা লাজপত ৰায়

প্ৰশ্ন :- "United Nations Day"" কেতিয়া পালন কৰা হয়?
A. 22 July
B. 24 Nov
C. 24 Oct
D. 4 Dec

উত্তৰ : C. 24 Oct

প্ৰশ্ন :- বিশ্বকাপ ক্ৰিকেটৰ প্রথম খেলখন কোন দুখন দেশৰ মাজত হৈছিল ?
A. 
পাকিস্তান - ভাৰত
B. 
ৱেষ্টইণ্ডিজ - অষ্ট্ৰেলিয়া
C. 
ভাৰত – ইংলেণ্ড
উত্তৰ : ?????????


প্ৰশ্ন :- ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়  অৱস্থিত?
A. 
জন্মু আৰু কাশ্মীৰ
B. 
কৰ্ণাটক
C. 
নতুন দিল্লীৰ
D. 
বাঙ্গালোৰত

উত্তৰ : D. বাঙ্গালোৰত


প্ৰশ্ন :-  ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
A. 
জৱাহৰলাল নেহৰু
B. 
চিৰাজাগোপালচাৰী
C. 
ৰাজেন্দ্ৰ প্ৰসাদ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. চিৰাজাগোপালচাৰী

প্ৰশ্ন :- ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?
A. 
কেৰেলা
B. 
উত্তৰাখণ্ড
C. 
ঝাৰখণ্ড
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. উত্তৰাখণ্ড

প্ৰশ্ন :- ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
A. 
যমুনা
B. 
গংগা
C. 
গোদাবৰী
D. 
দামোদৰ নদী

উত্তৰ : D. দামোদৰ নদী


প্ৰশ্ন :- কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?
A. 
বুধ
B. 
শুক্ৰ
C. 
মংগল
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. শুক্ৰ

প্ৰশ্ন :- কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?
A. 
কেৰেলা
B. 
মহাৰাষ্ট্ৰৰ
C. 
গুজৰাট
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. কেৰেলা


প্ৰশ্ন :- অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
A. 
আনন্দ চন্দ্ৰ আগৰৱালা
B. 
ৰঘুনাথ চৌধাৰী
C. 
তৰুণৰাম ফুকন
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. আনন্দ চন্দ্ৰ আগৰৱালা

প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য লেখক কোন ?
A. 
ভট্টদেৱ
B. 
লক্ষ্মীনাথ বেজবৰুৱা
C. 
শ্ৰীমন্ত শংকৰদেৱ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. ভট্টদেৱ


প্ৰশ্ন :- জালিয়ানৱালাবাগৰ হত্যাকাণ্ড  হৈছিল?
A. 
অমৃতসৰ
B. 
দিল্লী
C. 
শ্ৰীলংকা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. অমৃতসৰ


প্ৰশ্ন :- প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি
A. 
ফিৰিঙতি
B. 
উত্তৰ কাল
C. 
ভাইটী
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. ভাইটী

প্ৰশ্ন :- অশোকৰ জীয়েক কোন হয়?
A. 
বিদিশা
B. 
ৰেজীয়া চুলতানা
C. 
সংঘামিত্ৰা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. সংঘামিত্ৰা

প্ৰশ্ন :- সীমান্ত গান্ধী কোন?
A. 
মহাত্মা গান্ধী
B. 
খান অব্দুল গফৰ খান
C. 
দুয়োজন
D. 
ওপৰৰ এজনো নহয়

উত্তৰ : B. খান অব্দুল গফৰ খান

প্ৰশ্ন :- ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
A. 
হৰ্ষবৰ্দ্ধন
B. 
সমুদ্ৰ গুপ্ত
C. 
দুয়োজন
D. 
এজনো নহয়

উত্তৰ : B. সমুদ্ৰ গুপ্ত

 

Disclaimer :

The Information contained in this page is a self-study of the author of AssamJob.Org and is provided only for general information purpose. I the author of AssamJob.Org tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/ answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us below/email us and it will be modified to the correct one as soon as possible.

Post a Comment

1 Comments