General Knowledge Questions & Answer , Part- 3

Expected General Knowledge Questions & Answer Assamese language part- 3.

প্ৰশ্ন :-  'লাইট অব এছিয়াবুলি কোৱা হয়?

A. মহাত্মা গান্ধী
B. .পি.জে আব্দুল কালাম
C. গৌতম বুদ্ধ

উত্তৰ : C. গৌতম বুদ্ধ

প্ৰশ্ন :- ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কৰে-
A. 1820 
চনত
B. 1821 
চনত
C. 1826 
চনত
D. 1832 
চনত

উত্তৰ : D. 1832 চনত

প্ৰশ্ন :-  'মিৰজা নুৰোদ্দিন মহম্মদ খান চেলিমকাৰ প্ৰকৃত নাম আছিল?
A. 
মহম্মদ বিন বখতিয়াৰ
B. 
জাহাংগীৰ
C. 
ইব্রাহিম লোডী


উত্তৰ : B. জাহাংগীৰ


প্ৰশ্ন :- কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যদা দিয়া হয়-
A. 
প্ৰতাপ সিংহ
B. 
ৰুদ্ৰ সিংহ
C. 
চক্ৰধ্বজ সিংহ
D. 
গদাধৰ সিংহ

উত্তৰ : B. ৰুদ্ৰ সিংহ


প্ৰশ্ন :- অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী (দিচপুৰ)লৈ স্থানান্তৰ কৰা হয়-
A. 1973
B. 1974
C. 1911
D. 2002

উত্তৰ : A. 1973

প্ৰশ্ন :- "আভাস কুমাৰ গাংগুলীতলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম?
A. 
সৌৰভ গাংগুলী
B. 
কিশোৰ কুমাৰ
C. 
ৰাম গোপাল বাৰ্মা
উত্তৰ : B. কিশোৰ কুমাৰ


প্ৰশ্ন :- -ভাৰতৰ সৰ্বপ্ৰথম মহিলা মূখ্যমন্ত্ৰী -
A. 
আনোৱাৰা টাইমূৰ
B. 
ইন্দিৰা গান্ধী
C. 
সুচেতা কৃপালনী
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. সুচেতা কৃপালনী

প্ৰশ্ন :- IRDP  সম্পূৰ্ণ ৰূপ '-
A. Integrated Rural Development programme
B. International Rural Development programme
C. Inter Rural Development programme
D. Indian Rural Development programme

উত্তৰ : A. Integrated Rural Development programme



প্ৰশ্ন :- বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) কোন তাৰিখে পালন কৰা হয়?
A. 21 
এপ্ৰিল
B. 18 
এপ্ৰিল
C. 23 
এপ্ৰিল
D. 25 
এপ্ৰিল

উত্তৰ : B. 18 এপ্ৰিল


প্ৰশ্ন :-এক অশ্বক্ষমতাৰ (horsepower) মান '
A. 746 W
B. 726 W
C. 738 W
D. 764 W

উত্তৰ : A. 746 W

প্ৰশ্ন :- ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?
A. 
ৰাষ্ট্ৰপতি
B. 
প্ৰধানমন্ত্ৰী
C. 
লোকসভাৰ অধ্যক্ষ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. প্ৰধানমন্ত্ৰী



প্ৰশ্ন :-  কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল?
A. 
চুহুংমুং
B. 
গদাধৰ সিংহ
C. 
প্ৰতাপ সিংহ
D. 
চক্ৰধ্বজ সিংহ

উত্তৰ : A. চুহুংমুং


প্ৰশ্ন :- অসম বুৰঞ্জীত "জলম বটাবুলি কাক কোৱা হৈছিল?
A. 
নুমলী বৰগোহাঁই
B. 
কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা
C. 
লালুকসোলা বৰফুকন
D. 
ওপৰৰ আটাইকেইজন

উত্তৰ : B. কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা

প্ৰশ্ন :- বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল?
A. 
ৰুচীনাথ
B. 
ভোটাই ডেকা
C. 
ৰূপসিং চুবেদাৰ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. ৰূপসিং চুবেদাৰ


প্ৰশ্ন :- নৰনাৰায়ণৰ ৰাজত্ব কালৰ কোনজন পৰিব্ৰাজক আহিছিল-
A. 
ৰাল্ফ ফিটচ্
B. 
আডাম স্মিথ
C. 
গ্লেনিয়াৰ্চ
D. 
কেপ্টেইন ৱেলছ

উত্তৰ : A. ৰাল্ফ ফিটচ্


প্ৰশ্ন :- ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয়-
A. 45 
নং
B. 94 
নং
C. 76 
নং
D. 42 
নং

উত্তৰ : D. 42 নং

 

প্ৰশ্ন :- "Manchester of Indus valley civilization" বুলি কোন চহৰক কোৱা হৈছিল-
A. 
মহেঞ্জোদাৰো
B. 
লথাল
C. 
হৰপ্পা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. লথাল


প্ৰশ্ন :- "সত্যমেব জয়তেকোন উপনিষদৰ পৰা লোৱা হৈছে
A. 
মুণ্ডক উপনিষদ
B. 
জামিনিয় উপনিষদ
C. 
কথা উপনিষদ
D. 
বৃহদাৰণ্যক উপনিষদ

উত্তৰ : A. মুণ্ডক উপনিষদ


প্ৰশ্ন :- অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়?
A. 
বীৰপাল
B. 
চুকাফা
C. 
নৰনাৰায়ণ
D. 
গদাধৰ সিংহ

উত্তৰ : C. নৰনাৰায়ণ

প্ৰশ্ন :-  "Gateway of Assam" বুলি কোৱা হয়-
A. 
নৰ্থব্ৰুক গেট
B. 
-পৰ্বতীয়া তোৰণ
C. 
অসমপশ্চিমবংগ পথ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. নৰ্থব্ৰুক গেট


প্ৰশ্ন :- শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল?
A. 1671
B. 1771
C. 1683
D. 1662

উত্তৰ : A. 1671

 

প্ৰশ্ন :- উমানন্দ মন্দিৰ কোন পাহাৰৰ ওপৰত আছে?
A. 
নীলাচল পাহাৰ
B. 
চিত্ৰাচল পাহাৰ
C. 
ভস্মাচল পাহাৰ

D. সন্ধ্যাচল পাহাৰ

উত্তৰ : C. ভস্মাচল পাহাৰ


প্ৰশ্ন :- "Pyramid of Assam" বুলি কোৱা হয়-
A. 
শুৱালকুছি
B. 
তেজপুৰ
C. 
অগ্নিগড়
D. 
চৰাইদেউ মৈদাম

উত্তৰ : D. চৰাইদেউ মৈদাম

 

প্ৰশ্ন :- অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয়টোৰ নাম কি?
A. 
পদ্মনাথ ভৱন
B. 
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
C. 
সাহিত্য সভা ভৱন
D. 
অসম ভৱন

উত্তৰ : B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন



প্ৰশ্ন :- অসমৰ কোনখন ঠাইক "কন্যাপুৰবুলি কোৱা হয়?
A. 
তেজপুৰ
B. 
মালিনী থান
C. 
মাজুলী
D. 
শদিয়া

উত্তৰ : A. তেজপুৰ


প্ৰশ্ন :- অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো?
A. 
ফুলগুৰিৰ ধোৱা
B. 
পথৰুঘাটৰ ৰণ
C. 
ৰঙীয়াৰ কৃষক বিদ্ৰোহ
D. 
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন

উত্তৰ : A. ফুলগুৰিৰ ধোৱা



প্ৰশ্ন :- "World Rhino Day" কোন তাৰিখে পালন কৰা হয়?
A. 
২২ মে
B. 
২২ অক্টোবৰ
C. 
২১ এপ্ৰিল
D. 
২২ চেপ্তেম্বৰ

উত্তৰ : D. ২২ চেপ্তেম্বৰ


প্ৰশ্ন :- "তানচেন অন্য এটা নাম কি?
A. 
ৰামাতানু পান্ডে
B. 
মহেশ দাস
C. 
বীৰসিংহ
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. ৰামাতানু পান্ডে



প্ৰশ্ন :- "ভাস্কো-দা গামা ভাৰত অভিমুখী জাহাজৰ নেতৃত্ব দিয়া গুজৰাটী নাবিক জন কোন আছিল?
A. 
আব্দুল মজিদ
B. 
নাদিৰ খান
C. 
মনচুৰ দাস
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : A. আব্দুল মজিদ



প্ৰশ্ন :- তলৰ কোনটো নৃত্য "আলি-আই-লৃগাং লগত জড়িত-
A. 
ঝুমুৰ নৃত্য
B. 
খেৰাই নৃত্য
C. 
দেওধনী নৃত্য
D. 
গুমৰাগ নৃত্য

উত্তৰ : D. গুমৰাগ নৃত্য

 

প্ৰশ্ন :- "MCI- Medical Council of India" গঠন হয়-
A. 1967
B. 1944
C. 1933
D. 1950

উত্তৰ : C. 1933


প্ৰশ্ন :- "সত্ৰীয়া নৃত্যক" Classical Dance হিচাপে স্বীকৃতি দিয়া হয়-
A. 2000 
চনত
B. 2002 
চনত
C. 2019 
চনত
D. 2018 
চনত

উত্তৰ : A. 2000 চনত



প্ৰশ্ন :- "ভাৰত ৰত্নপোৱা দ্বিতীয়জন অসমীয়া '-
A. 
গোপীনাথ বৰদলৈ
B. 
মামণি ৰয়ছম গোস্বামী
C. 
ভূপেন হাজৰিকা
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : C. ভূপেন হাজৰিকা


প্ৰশ্ন :- নৰনাৰায়ণৰ প্ৰকৃত নাম কি?
A. 
বিশু
B. 
মল্লদেৱ
C. 
শুক্লধ্বজ
D. 
ৰঘুদেৱ

উত্তৰ : B. মল্লদেৱ


প্ৰশ্ন :- অসমৰ কোন খন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত?
A. 
পবিতৰা অভয়াৰণ্য
B. 
সোণাই ৰূপাই অভয়াৰণ্য
C. 
গৰমপানী অভয়াৰণ্য
D. 
চক্ৰশিলা অভয়াৰণ্য

উত্তৰ : D. চক্ৰশিলা অভয়াৰণ্য


প্ৰশ্ন :- "অসমৰ নেপোলিয়নবুলি কোনজন আহোম ৰজাক কোৱা হয়?
A. 
চুহুংমুং
B. 
গদাধৰ সিংহ
C. 
প্ৰতাপ সিংহ
D. 
চক্ৰধ্বজ সিংহ

উত্তৰ : A. চুহুংমুং



প্ৰশ্ন :- ভাৰতৰ লগত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা (International boundary)কোনখন দেশৰ আছে?
A. 
চীন
B. 
বাংলাদেশ
C. 
পাকিস্তান
D. 
ওপৰৰ এটাও নহয়

উত্তৰ : B. বাংলাদেশ



প্ৰশ্ন :- তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সুঁতী
A. 
বুঢ়ী সুঁতী
B. 
খেৰকটীয়া সুঁতী
C. 
কলং সুঁতী
D. 
ওপৰৰ আটাইকেইটা

উত্তৰ :


প্ৰশ্ন :- মহাত্মা গান্ধীৰ "ৰাজনৈতিক গুৰুকোন আছিল-
A. 
গোপাল কৃষ্ণ গোখলে
B. 
মতিলাল নেহৰু
C. 
মহাদেৱ দেশাই
D. 
ওপৰৰ আটাইকেইজন

উত্তৰ : A. গোপাল কৃষ্ণ গোখলে


প্ৰশ্ন :- প্ৰথম অসমীয়া ছনেট পুথি-
A. 
মালচ
B. 
প্ৰিয়তমৰ চিঠি
C. 
সুৰভী
D. 
লাহৰী

উত্তৰ : B. প্ৰিয়তমৰ চিঠি


প্ৰশ্ন :- বিশ্ব জনসংখ্যা দিবস (World Population Day) কোন তাৰিখে পালন কৰা হয়?
A. 11 
মাৰ্চ
B. 11 
ডিচেম্বৰ
C. 11 
জানুৱাৰী
D. 11 
জুলাই

উত্তৰ : D. 11 জুলাই

 

Disclaimer :

The Information contained in this page is a self-study of the author of AssamJob.Org and is provided only for general information purpose. I the author of AssamJob.Org tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/ answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us below/email us and it will be modified to the correct one as soon as possible.

 

Post a Comment

1 Comments