General Knowledge Questions & Answer , Part- -5


Q-1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?

উত্তৰ : জয়মতী(1935)


Q-
2.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ


Q-3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)


Q-
4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা


Q-5.অসমৰ প্রথম  আলোচনী  খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)


Q-
6.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : ভাইটি(1972)

Q-7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)


Q-
8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , ভট্রদেৱ


Q-9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন


Q-10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতীপদ্মনাথ গোহাঁঞিবৰুৱা


Q-11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ :  ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য


Q-12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা


Q-13. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ :  মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য


Q-14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী


Q-15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা


Q-16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ


Q-17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?
উত্তৰ :  বিষ্ণুৰাম মেধি


Q-18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ :  হৰিশংকৰ ব্রহ্ম


Q-19. প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা


Q-20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?
উত্তৰ :  ভোগেশ্বেৰ বৰুৱা


Q-21. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ


Q-22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা


Q-23. প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?
উত্তৰ : সুধালতা দুৱৰা


Q-24. প্রথম অসমীয়া কাব্য খনৰ নাম কি ?
উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী


Q-25. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন


Q-26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি


Q-27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা


Q-28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ :  চন্দ্রকুমাৰ আগৰৱালা


Q-29. প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?
উত্তৰ :  চিহ্ন যাত্রা 1468, শংকৰদেব


Q-30. স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায় (1987), জাহ্নুবৰুৱা

 

Disclaimer :

The Information contained in this page is a self-study of the author of AssamJob.Org and is provided only for general information purpose. I the author of AssamJob.Org tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/ answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us below/email us and it will be modified to the correct one as soon as possible.

 

Post a Comment

3 Comments