Assam Direct Recruitment Grade IV Exam Answer Key PDF- 21 August 2022: In this page we provide memory based question-answer Assam direct recruitment 2022 grade iv exam.
Q. 4th May তাৰিখে কি দিৱস পালন কৰা হয়?
উত্তৰ
:- International
Firefighter's Day
Q. অসমত কোন গৰাকী খেলুৱৈ কাৰণে ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়?
উত্তৰ
:- Bhogeswar Baruah
Q. কোন খন গাড়ীৰ পৰা টোলগেতট পইচা নলয় ?
উত্তৰ
:- Ambulance
Q. বাংলাদেশৰ মুদ্ৰাক কি বুলি কোৱা হয়?
Ans : টাকা l
Q. ভিক্টোৰিয়া স্মাৰক অৱস্থান ভাৰতৰ কোন যেগত অৱস্থিত?
উত্তৰ
:- Kolkata
Q. কোনটো
Article ত শিক্ষাৰ অধিকাৰত আছে?
উত্তৰ
:- Article 21-A
Q. বান থিয়েটার অসমৰ কোন খন জিলাত আছে?
উত্তৰ
:- Tezpur in 1906
Q. দক্ষিণ আমেৰিকাৰ ওচৰত লাগি থকা দেশখনৰ নাম কি?
উত্তৰ
:-
Q. অসম অৰুণাচলক সংযোগ কৰা গাওখন কি?
উত্তৰ
:- ডিৰাক (Dhola)
Q. প্ৰথম অসমীয়া ছনেট কোনখন
magazinet প্ৰকাশ হৈছিল
উত্তৰ
:-Jonaki
Q. অসমৰ লৌহ ব্যক্তি কোন?
উত্তৰ
:- Bishnuram Medhi.
Q. প্ৰথম ৰংগমঞ্চ কত অৱস্থিত?
উত্তৰ
:- Sivasagor
Q. অজগৰ বুৰঞ্জী কোনে লিখিছিল?
উত্তৰ
:- Nogen Saikia
Q. চানক্য কোনৰজাৰ ৰাজসভাৰ কবি আছিল?
উত্তৰ :- Chandragupta
Q. হিং কৰপৰা বেছিকৈ অনা হয়?
উত্তৰ :- Iran and Afghanistan
Q. ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
উত্তৰ :- Mohammad Bin Tughlaq
Q. কোন বছৰত মটক আৰু সাদিয়া কিংডম সংযুক্ত কৰা হৈছিল ?
উত্তৰ
:-1842
Q অ মোৰ আপোনাৰ দেশ টো কোনো খন আলোচনীত প্ৰকাশ পাইছিল ?
উত্তৰ :- বাঁহী
Q. কনকলতা কোনটো আন্দোলনত মৃত্যু হৈছিল আহিছিল?
উত্তৰ
:- Quite India Movement
Q. ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন ?
উত্তৰ
:- ৰাকেশ শৰ্মা
Q. ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনাজাত?
উত্তৰ
:- পদ্মা .
Q. প্ৰথম
ICS officer অসম?
উত্তৰ
:- Anundoram Borooah
Q. প্ৰথম
medical collage?
উত্তৰ
:- Assam Medical College (Dibrugarh)
Q. আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল ?
উত্তৰ
:- পুৰন্দৰ সিংহ l
Q. গেংটক কোনো খন ৰাজ্যৰ ৰাজধানী ?
উত্তৰ :- Sikkim
Q. cricket world cup প্ৰথম কিমান চনত হৈছিল?
উত্তৰ
:- 7 Jun 1975
Q. নৰনাৰায়ণ সেতু সংলগ্ন কৰা ঠাই দুখনৰ নাম কি ?
উত্তৰ :- পঞ্চৰত্ন আৰু যোগীঘোপা।
Q. UAE মুদ্ৰা কি ?
উত্তৰ
:- United Arab Emirates (Dirham)
Q. অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছত মুখ্যমন্ত্ৰী জনৰ নাম কি ?
উত্তৰ
:- বিষ্ণুৰাম মেধি l
Q. বৰ্তমান কেবিনেট মন্ত্ৰী কোন ?
উত্তৰ
:- Jayanta Malla Baruah
Q. নৰেন্দ্ৰ মোদীৰ নামেৰে কোন জেগাত ষ্টোডিয়াম বনাইছে ?
উত্তৰ
:- Ahmedabad.
Q. তলৰ কোন খন ৰাজ্য সাগৰৰ ওচৰত নাই ?
উত্তৰ
:- Sikkim
Q. ভাৰতত ৰঙিল
TV কিমান চনত প্ৰকাশ পাইছিল ?
উত্তৰ
:-1982
Q. অসম ৰাজ্যিক সংগ্ৰহালয় কত অবস্থিত...?
উত্তৰ
:- Guwahati
Q. FIFA কি?
উত্তৰ
:- World Cup
Q. Capital of Zimbabwe ?
উত্তৰ
:- Harare
Q. NITI আয়োগৰ সভাপতিজনৰ নাম?
উত্তৰ
:- Parameswaran Iyer
Q. তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
উত্তৰ
:- Herbivora
Q. আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সমীৰেখাডালৰ নাম কি?
উত্তৰ
:- ডুৰাণ্ড সীমাৰেখা।
Q. প্ৰথম
Assam Vaibhav award কোনে পাইছিল?
উত্তৰ
:- Ratan TATA
Q. ১৯৪২ চনৰ অসমৰ প্ৰথম গৰাকী ছহিদ কোন?
উত্তৰ
:- কনকলতা বৰুৱা।
Q. বেংকক কাৰ ৰাজধানী
...?
উত্তৰ
:- Thailand
Q. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ টোৰ নাম কি
...?
উত্তৰ
:- Aryabhatta
Q. ধপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়..?
উত্তৰ
:- 4th May.
Q. MP LAD আঁচনিৰ সম্পূৰ্ণ নামটো কি...?
উত্তৰ
:- Members of Parliament Local Area Development
Q. হীমা দাস কোনটো খেলৰ লগত জৰিত...?
উত্তৰ
:- Athletics. (SortRun)
Q. প্ৰথম অসমৰ বেংক টো নাম কি?
উত্তৰ
:- Gauhati Bank Ltd
Q. কোন খেলত বল ব্যৱহাৰ কৰা নহয় ?
উত্তৰ :- বেডমিন্টন l
0 Comments